Show/Hide Keyboard Layout

জীয়া জীয়া

- বাবু

অ’ জীয়া জীয়া মৰমতে

জীয়া জীয়া নৈ

অ’ ৰিঙা ৰিঙা মন মোৰ

ৰঙা ৰঙা হ’ল

অ’ মনৰে কথা খুলিও নক’লা

এ মনে মনে সোমালা মোৰে হিয়াৰে মাজত

অ’ জীয়া জীয়া মৰমতে

জীয়া জীয়া নৈ ।

 

অ’ মনৰে মৰম বুজানে নুবুজা

চুব খোজিলে চুবও নিদিয়া

অ’ দুৰু দুৰু কঁপিব

ধৰিছে হিয়া

বুকুতে বাজিছেচোন

উলাহৰ মালা

মনৰে কথা খুলিও নক’লা

এ মনে মনে সোমালা মোৰে হিয়াৰে মাজত

অ’ জীয়া জীয়া মৰমতে

জীয়া জীয়া নৈ

অ’ ৰিঙা ৰিঙা মন মোৰ

ৰঙা ৰঙা হ’ল ।

 

পিছে পিছে মই

ঘূৰিলোঁ দিন ৰাতি

ল’বানে সাৱটি

দুহাতে আঁজোৰি

অ’ লাহে লাহে ঢাকিবা

লাজৰে চকু

কঁপি কঁপি থবা মোৰ

বুকুতে বুকু

মনৰে কথা খুলিও নক’লা

এ মনে মনে সোমালা মোৰে হিয়াৰে মাজত

অ’ জীয়া জীয়া মৰমতে

জীয়া জীয়া নৈ

অ’ ৰিঙা ৰিঙা মন মোৰ

ৰঙা ৰঙা হ’ল ।।

Hits: 2679